Geography of Assam || GK Assam || GK Duniya

              -:   অসমৰ  ভূগোল   :-

   


Note:- There Question is very important for any Assam competitive Exam. 86% Common. 


Assam Forest, Assam Police, AB, UB, PNRD, DHE, APDCL, BANK, SSC, ect. 

For Assam Police SI (Sub-Inspector) and Constable AB (armed branch) - UB (un-armed branch) and other Assam State Exams.


By- Assamknowladge



website:- www.assamknoladge.com


CONTENTS:

→ Assam Forest Constable


→SSC, Railway, PNRD, DHS


→ Assam Police Constable AB/UB-2014 Paper Solution


→ Assam Police SI (Sub-Inspector) - 2016 Paper Solution → Assam Police Foreign Tribunal - 2019 Paper Solution


→ Assam Police SI (Sub-Inspector) - 2020 Paper Solution → Assam Police Important Questions (Memory Based Paper)





01.‘বুৰঞ্জীশব্দৰ অৰ্থ কি ?

 

ANS:-নজনা কথাৰ ভঁৰাল

 

02. কুৰুক্ষেত্ৰ যুদ্ধত অংশ গ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল ?

 

ANS:-ভগদত্ত

 

03. কামৰূপ ৰাজ্যত বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন ?

 

ANS:-পুষ্য বর্মণ

 

04. বৰ্মণ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?

 

ANS:-ভাস্কৰ বৰ্মণ

 

05. যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল ?

 

ANS:-৪ ভাগত

 

06. কিমান চনত ভাস্কৰ বৰ্মণ প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে ?

ANS:-৫৯৪ খ্ৰীষ্টাব্দত

 

07.নাগশংকৰ দেৱালয়' কোনে সজাইছিল-

 

ANS:-কামৰূপৰ ৰজা নৰশঙ্কৰে

 

08.শালস্তম্ভ বংশ' প্ৰথম ৰজাজন কোন আছিল ?

 

ANS:-শালস্তম্ভ

 

09. শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে কিমান খ্ৰীষ্টাব্দত ?

 

ANS:-৬৫০ খ্ৰীষ্টাব্দত

 

10 . ‘শালস্তম্ভ বংশ' অন্তিম ৰজাজনৰ নাম কি আছিল ?

 

ANS:-ত্যাগ সিংহ

 

11. শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতিক কোন দেশৰ ৰজালৈ বিয়া দিছিল ?

 

ANS:-নেপালৰ

 

12.  পালবংশৰ অন্ত পৰে কিমান চনত ?

ANS:-১১১২ চনত।

 

13.  পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল ?

ANS:-ব্ৰহ্মপাল ।

 

14.  পাল বংশৰ আৰম্ভণি হয় কিমান চনত ?

 ANS:-৯৯০ চনত।

 

15.  অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন ?

 ANS:-চুকাফা

 

16.  চুকাফা ব্রহ্মদেশৰ কোনখন প্ৰদেশৰ পৰা অসমলৈ আহিছিল ?

 

ANS:-মাওলুং

 

17.  ‘মুনডুং চুনখাম' মানে কি ?

ANS:-সোণৰ বাগিছাৰে ভৰা দেশ।

 

18.  জয়ন্তীয়া ৰজা যশোবর্মণ কোনজন আহোম ৰজাৰ সমসাময়িক আছিল ?

 

ANS:-নৰিয়া ৰজা

 

19.  আহোম ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ ?

ANS:-১৩৭৬ চনৰ পৰা ১৩৮০ চনলৈ।

 

20.  কোনজন আহোম ৰজাক ‘বামুণী কোঁৱৰ’ বুলি কোৱা হয় ?

 

ANS:-চুডাংফা

 

21.  অসমৰ কোনজন ৰজাই ‘চাৰগুৱা’লৈ অসমৰ

ৰাজধানী তুলি নিয়ে ?

ANS:-চুডাংফা।

 

22.  কোনজন আহোম ৰজাই ‘স্বৰ্গনাৰায়ণ' নাম

লৈছিল ?

 

ANS:-চুকামফা।

 

23.  ‘দিহিঙিয়া ৰজা' বুলি কাক কোৱা হয় ?

 

ANS:-চুহুংমুং।

 

24.  কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল কৰে ?

 

ANS:-চুহুংমুং।

 

25.  কোনজন আহোম ৰজাক ‘গড়গয়া ৰজা বুলি

কোৱা হয় ?

 

ANS:-চুক্লেংমুং।

 

26.  অসমৰ ‘মৰিয়া সকল কি ব্যৱসায়ৰ লগত ANS:-কাঁহৰ বাচন।

 

জড়িত ?

 

27.  কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে ‘নৱ বৈবষৱ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰে ?

 ANS:-চুহুংমুং।

 

28.  কোনজন আহোম ৰজাক ‘খুৰা ৰজা’ বুলি

 

কোৱা হয় ?

 

ANS:-চুকামফা।

 

29.  কোনজন আহোম ৰজাই ‘প্ৰতাপ সিংহ

উপাধি গ্রহণ কৰে ?

 

ANS:-চুচেনফা।

 

30.  উৰিষ্যৰ জগন্নাথ মন্দিৰ কোনে ধবংস

কৰে ?

 

ANS:-কালাপাহাৰে।

 

31.  কোনজন আহোম ৰজাৰ দিনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?

 

ANS:-চুতিনফা।

 

32.পাটকাই পর্বত অতিক্ৰম কৰি কোন জনজাতিৰ লোকে অসমত প্ৰৱেশ কৰে ?

 

ANS:-আহোম জনজাতিৰ লোকে ।

 

33.  কোনজন আহোম ৰজাক ‘ল’ৰা ৰজা’ বুলি

কোৱা হয় ?

ANS:-ৰামধ্বজ সিংহ ।

 

34.  লালুকসোলা বৰফুকনক কোনে হত্যা কৰে ?

 

ANS:-ভোটাই ডেকাই।

 

35.  স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ আহোম নাম কি

আছিল ?

 

ANS:-চুখ্ৰামফা ।

 

36. অসম বুৰঞ্জীত কোনজন ৰজাক ‘ভগা ৰজা’ বুলি জনা যায় ?

 

ANS:-চুৰামফা

 

37.  আহোম ৰজা’ ‘চুৰামলা’ৰ হিন্দু নাম কি ?

ANS:-জয়ধবজ সিংহ

 

38.  অসম বুৰঞ্জীত ‘বৰফুকন' পদৰ সৃষ্টি কোনে

কৰে ?

 

ANS:-চুচেনফা।

 

39.  অসমৰ কোনজন ৰজাক ‘কুঁজা ৰজা’ বুলি

কোৱা কোৱা হয় ?

 

ANS:-চুটিনফা।

 

40. কোনজন আহোম ৰজাৰ ‘ছত্রভঙ্গ যোগ’ হোৱা বুলি দৈবজ্ঞসকলে কৈছিল ?

 

ANS:-শিৱ সিংহ ।

 

41.  বৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কোঁৱৰী আছিল ?

ANS:-শিৱ সিংহ।

 

42.  প্র থম আহোম ‘বজা’ কোন আছিল ?

ANS:-ফুল্লেশ্বৰী।

 

43.  অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় ‘বৰজা' উপাধি দিয়া হয়•

 

ANS:-সৰ্বেশ্বৰীক ।

 

44.  ‘হস্তী বিদ্যাৰ্ণৱ’ পুথি কোনে ৰচনা কৰে ?

ANS:-সুকুমাৰ বৰকাইথ ।

 

45.  কোনজন আহোম ৰজাৰ দিনত ‘লতাকটা

ৰণ' হয় ?

Join WhatsApp

 

ANS:-ৰাজেশ্বৰ সিংহ

Comments

Popular posts from this blog

সাময়িকী কুইজ 29 মে Current Affairs MCQ & Quiz 29 th May, 2021

GK FOR SSC | AB | UB | APRO | DHS