Popular posts from this blog
GK FOR SSC | AB | UB | APRO | DHS
Q.1> অসমীয়া গদ্য সাহিত্যৰ জনক কোন? ANS:- ভট্টদেৱক ৷ Q.2> প্ৰথম অসমৰ চনেট কবি কোন? ANS:- হেমচন্দ্ৰ গোস্বামী৷ Q.3> অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি খনৰ নাম কি? ANS:- হেমসৰস্বতীৰ “প্ৰহ্লাদ চৰিত”৷ Q.4> অসমীয়া সাহিত্যত ৰোমাণ্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিল? ANS:- “জোনাকী” কাকত ওলোৱাৰ পৰা। Q.5> প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকা গৰাকী কোন আছিল? ANS:- আইদেউ সন্দিকৈ৷ Q.6> অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? ANS:- ১৯৪৮ চনত৷ Q.7> স্বৰ্ণকমল বটাঁ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? ANS:- হালধীয়া চৰাইয়ে বাওধান খায়। এই চলচ্চিত্ৰখনৰ পৰিচালক আছিল জাহ্নু বৰুৱা (১৯৮৭ চন)৷ Q.8> চামেলি মেমচাব কথাছবিখনৰ সংগীত পৰিচালক কোন আছিল? ANS:- ড০ ভূপেন হাজৰিকা৷ Q.9> শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? ANS:- আব্দুল মজিদ পৰিচালিত চামেলী মেমচাব৷ Q.10> ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? ANS:- নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ৷ Q.11> অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? ANS:...

In
ReplyDeleteIn
ReplyDeleteGood
ReplyDelete