GK FOR SSC | AB | UB | APRO | DHS

 


Q.1> অসমীয়া গদ্য সাহিত্যৰ জনক কোন?

ANS:- ভট্টদেৱক ৷


Q.2> প্ৰথম অসমৰ চনেট কবি কোন?

ANS:- হেমচন্দ্ৰ গোস্বামী৷

Q.3> অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি খনৰ নাম কি?

ANS:- হেমসৰস্বতীৰ “প্ৰহ্লাদ চৰিত”৷


Q.4> অসমীয়া সাহিত্যত ৰোমাণ্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিল?

ANS:- “জোনাকী” কাকত ওলোৱাৰ পৰা।


Q.5>  প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকা গৰাকী কোন আছিল?

ANS:- আইদেউ সন্দিকৈ৷


Q.6> অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল?

ANS:- ১৯৪৮ চনত৷


Q.7>  স্বৰ্ণকমল বটাঁ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?

ANS:- হালধীয়া চৰাইয়ে বাওধান খায়। এই চলচ্চিত্ৰখনৰ পৰিচালক আছিল জাহ্নু বৰুৱা (১৯৮৭ চন)৷


Q.8>  চামেলি মেমচাব কথাছবিখনৰ সংগীত পৰিচালক কোন আছিল?

ANS:- ড০ ভূপেন হাজৰিকা৷


Q.9> শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি?

ANS:- আব্দুল মজিদ পৰিচালিত চামেলী মেমচাব৷


Q.10>  ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি?

ANS:- নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ৷


Q.11>  অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়?

ANS:- ৰজনীকান্ত বৰদলৈক৷


Q.12>  প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি?

ANS:- “গ্ৰামাৰ অব্ আছামিজ্ লেংগুৱেজ” – উইলিয়াম ৰবিনছন (১৮৩৯)।


Q.13> অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিলে?

ANS:- শৰৎ চন্দ্ৰ গোস্বামী৷


Q.14>  অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি?

ANS:- “চন্দ্ৰকান্ত অভিধান” ১৯৩৩ চন৷

Join Telegram

Comments

Popular posts from this blog

How To Update Mobile Number In APDCL Website

সাময়িকী কুইজ 29 মে Current Affairs MCQ & Quiz 29 th May, 2021