অসমৰ যোগাযোগ ব্যৱস্থা



-:অসমৰ যোগাযোগ ব্যৱস্থা:-

Note:- There Question is very important for any Assam competitive Exam. 86% Common. 

Assam Forest, Assam Police, AB, UB, PNRD, DHE, APDCL, BANK, SSC, ect. 


1. অসমত আধুনিক যোগাযোগ ব্যবস্থাৰ সূচনা

কেতিয়াৰ পৰা হয় ?

ANS:- ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে

ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ সময়ৰ পৰা ৷


2. অসমত কেতিয়া ঘাইপথ (ৰাষ্ট্ৰীয় পথ) স্থাপন কৰা হৈছিল ?

ANS:- ১৮৬৬ চনত।


3. অসমৰ প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ?

ANS:- ৩১ নং ৰাষ্ট্ৰীয় পথ।


4. উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় কত ?ANS:- গুৱাহাটীৰ মালিগাওঁত।


5. গুৱাহাটী আৰু শ্বিলংৰ মাজৰ ৰাস্তাৰ যোগাযোগ কেতিয়া হৈছিল ?

ANS:-১৮৭৭ চনত।


6. অসমত কোনে প্ৰথমতে ৰেল যোগাযোগ আৰম্ভ কৰিছিল ?

ANS:- অসম ৰেলৱে আৰু ব্যৱসায়িক কোম্পানীয়ে।


7. অসমত নৌ-সেৱা কেতিয়া আৰম্ভ হয় ?

ANS:- ১৮৪৭ চনত।


৪. কোনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা শৰাইঘাট দলংখনৰ নক্সা আৰু পৰিকল্পনা কৰিছিল ?

ANS:- বি. চি. গাংগুলী।


9. অসমৰ প্ৰথম আকাশীযান চালক কোন আছিল ?

ANS:- মহানন্দ দাস।


10. ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা শৰাইঘাট দলংখন কোনে উদ্বোধন কৰিছিল ?

ANS:- জৱাহৰলাল নেহৰুৱে (১৯৬২ চনত)।


11. 'ডিব্ৰুগড় ৰেলৱে কৰ্মশালা' কেতিয়া নিৰ্মাণ কৰা হৈছিল ?

ANS:- ১৮৮১ চনত।


12. শৰাইঘাট দলং কেতিয়া মুকলি কৰা হৈছিল ?

ANS:- ১৯৬৩ চনত।


13. অসমৰ মুঠ ঘাইপথৰ দৈৰ্ঘ কিমান ?

ANS:- ২০৪৪ কিলোমিটাৰ।

14. এ. এছ. আৰ. টি. চি. (ASRTC) ৰ সম্পূৰ্ণ নাম

কি ?


ANS:- Assam State Road TrANSport Corporation.


15. এন. এফ, আৰ (NFR) ৰ সম্পূৰ্ণ নাম কি ?

ANS:- North-east Frontier Railway.


16. গুৱাহাটীত প্ৰথম কেতিয়া ব্ৰডগজ স্থাপন হৈছিল ?

ANS:- ১৯৮৪, ২৪ এপ্রিল।


17. ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয়খন দলং কোনটো?

ANS:- কলিয়া ভোমোৰা দলং।


18. শিলচৰৰ বিমান ঘাটি ক’ত অৱস্থিত ?

ANS:- কুম্ভীৰগ্ৰামত


19. অসমৰ কামৰূপ জিলাত থকা বিমান বন্দৰটোৰ নাম কি ?


ANS:- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ।


20. অসমত কিমানটা বিমান বন্দৰ আছে ?

ANS:- ৬ টা।


21. ডিব্ৰুগড় জিলাত থকা বিমান বন্দৰটো ক’ত অৱস্থিত ?

ANS:- মোহনবাৰীত ।


22. অসমত কিমান চনত ৰেললাইন স্থাপন কৰা হৈছিল ?

ANS:- ১৮৮৫ চনত।


23. শোণিতপুৰ জিলাত থকা বিমান বন্দৰটি ক’ত

অৱস্থিত ?

ANS:- শালনিত।


24. লখিমপুৰ জিলাত থকা বিমান বন্দৰটো ক’ত

অৱস্থিত ?

ANS:- লীলাবাৰীত।


25. যোৰহাট জিলাত থকা বিমান বন্দটি কোন

ঠাইত অৱস্থিত ?

ANS:- ৰৰৈয়াত।


26. অসমত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা কেতিয়া আৰম্ভ কৰা হৈছিল ?

ANS:- ১৮৬৬ চনত।


27. অসমৰ ক’ত ৰেল ইঞ্জিন মেৰামতি কৰা হয় ?

ANS:- ডিব্ৰুগড় আৰু বঙাইগাঁওত ।

28. অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰেল স্টেশন কোনটো ?

ANS:- উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ ‘জাতিঙ্গা’ত।


29 উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰ কোনটো?

ANS:- ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ’।


Note:- 86% common. 

Any Query Coment 🙏🙏🙏🙏

ভাল লাগিলে Share কৰিৱ। 

Thank's For visiting. 

 

            
Join Telegram Join WhatsApp

Comments

Popular posts from this blog

Tentative vacancies of Constable (GD) in CAPFs, SSF, Rifleman (GD) in Assam Rifles and Sepoy in NCB Examination, 2022 (as on 20-03-2023)

GK FOR SSC | AB | UB | APRO | DHS